Download Now Banner

This browser does not support the video element.

শদিয়া: শদিয়াৰ অসামৰিক চিকিৎসালয়লৈ শিশু বিশেষজ্ঞ চিকিৎসক নহাক লৈ চিকিৎসালয়ৰ সন্মুখত যুৱ সমাজ নামৰ সংগঠনটোৰ অভিনৱ প্ৰতিবাদ

Sadiya, Tinsukia | Aug 22, 2025
শদিয়াৰ অসামৰিক চিকিৎসালয়ত চিকিৎসালয়খনৰ পৰা এজন শিশু বিশেষজ্ঞ চিকিৎসকৰ সন্ধনহীনৰ অভিযোগত শদিয়াৰ সচেতন যুৱ সমাজ নামৰ সংগঠনটোৱে ৰাইজৰ সহযোগত শুকুৰবাৰে দুপৰীয়া প্রায় ১ মান বজাতচিকিৎসালয়ৰ সন্মুখত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । অভিযোগ অনুসৰি যোৱা ৪ / ৩/ ২০২৫ তাৰিখে শদিয়াৰ এই চিকিৎসালয়খনত শিশু বিশেষজ্ঞ চিকিৎসক গৰাকী যোগদান কৰিছিল যদিও তাৰ পিছতে তেওঁ চিকিৎসালয়খনত ভৰি দিয়া নাই , ইয়াৰ ফলত শদিয়াৰ একমাত্ৰ চিকিৎসালয়খনত শিশু জন্ম হোৱাৰ পিছতে সম্মুখীন হৈ আহিছে নানা সমস্যা ।
Read More News
T & CPrivacy PolicyContact Us