Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: কাছগড়ালত বিজেপিত যোগদান কাৰ্যসূচী , প্ৰায় তিনি শতাধিক ৰাইজে যোগদান কৰে বিজেপিত

Jorhat West, Jorhat | Aug 31, 2025
কাছগড়ালত বিজেপিত যোগদান কাৰ্যসূচী । প্ৰায় তিনি শতাধিক ৰাইজে যোগদান কৰে বিজেপিত । পূৰ্বে যোৰহাট বিধান সভা সমষ্টি আৰু বৰ্তমান টীয়ক বিধান সভা সমষ্টিত আজি অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী । বিজেপিৰ যোৰহাট জিলা সভাপতি শান্তনু পূজাৰীৰ উপস্থিতিত অনুষ্ঠিত হয় এই অনুষ্ঠান । বৃহত্তৰ অঞ্চলটোৰ সৰবৰাহী যুৱক প্ৰভাকৰ দত্তৰ লগতে প্ৰায় তিনি শতাধিক লোকে যোগদান কৰে বিজেপিত ।
Read More News
T & CPrivacy PolicyContact Us