Download Now Banner

This browser does not support the video element.

গুৱাহাটী: জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙোৰ খোৱা শ‍্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ কৰি লৈ অনা হয় গুৱাহাটীলৈ

Guwahati, Kamrup Metropolitan | Oct 1, 2025
জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙোৰ খোৱা শ‍্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ কৰি লৈ অনা হয় গুৱাহাটীলৈ। গুৱাহাটী বিমান বন্দৰ পৰা বিভিন্ন স্থানলৈ লৈ যোৱা হব দুয়োকে।আজি জেৰা চলাব CID য়ে।
Read More News
T & CPrivacy PolicyContact Us