Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ভেৰগাঁৱত পুনৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ বাবে ইএম দাউবাইচা বড়োক উষ্ম আদৰণি জনালে দলৰ কাৰ্য্যকৰ্তৰ লগতে সমৰ্থন সকলে

Udalguri, Udalguri | Aug 31, 2025
বিটিচিৰ নিৰ্বাচনৰ বাবে তাৰিখ ঘোষণা কৰাৰ বাবে ৰাজনৈতিক দল সমুহে প্ৰাৰ্থী সকলৰ নাম ঘোষণা কৰিবলৈ আৰম্ভ কৰিছে। সেই অনুসৰি ইউপিপিএল দলে নিৰ্বাচনৰ বাবে দ্বিতীয় খন প্ৰাৰ্থীৰ তালিকা ঘোষনা কৰে। ওদালগুৰি জিলা খনৰ ভেৰগাঁও সমষ্টিৰ বাবে পুনৰ বিটিআৰৰ ইএম দাউবাইচা বড়োৰ নাম ঘোষণা কৰাৰ উৎফুল্লিত হৈ পৰিছে দলৰ কাৰ্য্যকৰ্তা সকল।সেয়ে ভেৰগাঁওত ইএম গৰাকীক গামোচা,আৰনাই আৰু ফটকা ফুটাই উষ্ম আদৰণি জনালে দলৰ কাৰ্যকৰ্তা সকলৰ লগতে সমৰ্থন সকলে।
Read More News
T & CPrivacy PolicyContact Us