Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: লাহোৱালত ছাগলী চুৰি কৰি ধৰাপৰিল প্ৰাক্তন আছুনেতা জিন্তু দাস, ছাগলী সহ জব্দ এখন স্কুটী, জিন্তু দাসক বিচাৰি আৰক্ষীৰ অভিযান

Dibrugarh East, Dibrugarh | Sep 25, 2025
লাহোৱালত সংঘটিত হৈছে ছাগলী চুৰি কাণ্ড। আজি বৃহস্পতিবাৰে দিনৰ ১ বজাত লাহোৱালত স্থানীয় ৰাইজে হাতে লোটে ধৰা পেলাই এটা ছাগলী চুৰক। ছাগলী চুৰটোৰ নাম জিন্তু দাস বুলি জানিবলৈ দিছে স্থানীয় লোকে। ইয়াৰ উপৰিও ছাগলী চুৰি কাণ্ডৰ লগত জৰিত AS06AL8815 নম্বৰৰ এখন স্কুটী কৰায়ত্ত কৰে স্থানীয় লোকে। চুৰটো লাহোৱল আঞ্চলিক আছুৰ প্ৰাক্তন সভাপতি আছিল
Read More News
T & CPrivacy PolicyContact Us