Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: ভটিয়াপাৰত অ'এনজিচি ৰীগত গেছ নিৰ্গমনৰ ফলত সমস্যাত ৭শতাধিক লোক, ৩ দিন ধৰি আছে আশ্ৰয় শিবিৰত, নিৰ্বিকাৰ কতৃপক্ষ #jansamasya

Sibsagar, Sivasagar | Jun 14, 2025
ভটিয়াপাৰত অ' এন জি চিৰ ৰীগত গেছ নিৰ্গমনৰ ফলত সমস্যাত ৭ শতাধিক লোক, তিনিদিন ধৰি আছে আশ্ৰয় শিবিৰত, নিৰ্বিকাৰ কতৃপক্ষ । ভটিয়াপাৰৰ বাৰীৰ চুকত অৱস্থিত অ এন জি চিৰ ১৪৭ ৰীগত বিস্ফোৰণ হৈ আজি তিনিটা দিনে অহৰহ নিৰ্গত গেছ । আশ্ৰয় শিবিৰত ৰাখিব লগা হৈছে জনসাধাৰণক । নিৰ্গত গেছে নষ্ট কৰিছে মানুহৰ ঘৰৰ বাৰীৰ লগতে কৃষি ভূমি অন্যহাতে বিস্ফোৰণৰ ফলত সমগ্র অঞ্চলৰ বায়ু প্ৰদূষিত হোৱাৰ উপৰিও সমস্যাত পৰিছে কণ কণ ছাত্ৰ ছাত্ৰী । কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ , ক্ষোভ সাধাৰণ জনতাৰ ।
Read More News
T & CPrivacy PolicyContact Us