This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: ছাপাগুৰীৰ বেংতলগেটত চিৰাং জিলা ট্ৰাইবেল সংঘৰ প্ৰতিবাদ
India | Aug 21, 2025
চিৰাঙৰ ছাপাগুৰী বেংতলগেটৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত চিৰাং জিলা ট্ৰাইবেল সংঘৰ প্ৰতিবাদ,জনজাতী বেষ্টনী-আৱেষ্টীত ৭ টাকৈ জনগোষ্ঠীক সুৰক্ষিত শ্ৰেণী বুলি ঘোষনা কৰি অসম চৰকাৰে জাননী জাৰী কৰাৰ পিছতে জাঙুৰ খাই উঠিছে ট্ৰাইবেল সংঘই,যাৰ বাবে আজি জিলাই জিলাই ট্ৰাইবেল সংঘই অসম চৰকাৰৰ উক্ত জাননী জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে,পিছত কাজলগাঁও থানা আৰক্ষীয়ে ট্ৰাইবেল সংঘৰ চিৰাং জিলাৰ সভাপতি আৰু সম্পাদকক আটক কৰি থানা লৈ যায়।