Download Now Banner

This browser does not support the video element.

সৃজনগ্ৰাম: অভয়াপুৰীৰ ডুমুৰীয়া - মেৰেৰচৰ সমবায় সমিতিৰ সভাপতিৰ সভাপতিত্বত সমিতিৰ ২৪-২৫ বৰ্ষৰ সাধাৰণ সভা পিৰাধৰা কাৰ্যালয়ত সম্পন্ন

Srijangram, Bongaigaon | Aug 31, 2025
অভয়াপুৰীৰ ডুমুৰীয়া - মেৰেৰচৰ সমবায় সমিতিৰ সভাপতিৰ সভাপতিত্বত সমিতিৰ ২০২৪-২০২৫ বৰ্ষৰ সাধাৰণ সভা দেওবাৰৰ পিৰাধৰা কাৰ্যালয়ত সম্পন্ন। সমিতিৰ সভাপতি তাহাজ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ হিচাপ দাখিল, বিভাগীয় হিচাপ পৰীক্ষকৰ হিচাপ দাখিল, সাম্ভাব্য বাজেট গ্ৰহণ, ঋণৰ সৰ্বোচ্চ পৰিমাণ নিৰ্ধাৰণ, আভ্যন্তৰীণ হিচাপ পৰীক্ষক নিয়োগ আৰু তাৰ পাৰিতোষিক নিৰ্ধাৰণ আদি গ্ৰহণ কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us