Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: গোলকগঞ্জৰ আগমনীত মানসিক বিকাৰগ্ৰস্থ মহিলাৰ সৈতে কু কৰ্ম কৰি আৰক্ষীৰ জালত তাহেৰ আলী
Dhubri Part, Dhubri | Aug 23, 2025
আগমনী আৰক্ষী থানাৰ অন্তৰ্গত মানসিক বিকাৰগ্ৰস্থ মহিলা এগৰাকীক কেইজন মান লম্পট যুৱকে গন ধৰ্ষণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি তাহেৰ আলী নামৰ লম্পটক আটক কৰে যদিও বাকী কেইজন লম্পট সুযোগত পলায়ন কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!