Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত নলবাৰীৰ এটি কিশোৰ,গুৰুতৰভাৱে আহত মাতৃ আৰু বাইক আৰোহী এজন

Rangia Part, Kamrup | Sep 8, 2025
সোমবাৰে ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত নলবাৰীৰ এটি কিশোৰ। মৃত কিশোৰটিৰ নাম আশ্ৰাফুল আলী। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মাতৃ আমেনা খাতুন আৰু বাইক আৰোহী ৰফিকুল হুছেইন আখতাৰ। গুৱাহাটী অভিমুখী বাইকখনক তীব্ৰ বেগী বাহনে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
Read More News
T & CPrivacy PolicyContact Us