This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ বুদ্ধিজীৱী সন্মিলন অনুষ্ঠিত
India | Aug 25, 2025
বিটিআৰ অঞ্চলৰ সংখ্যালঘু জনগনৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক,তথা সাম্প্ৰতিক পৰিৱেশ বিশ্লেষণ আৰু ইয়াৰ দিশ নিৰ্ণয়ৰ পৰামৰ্শ বিচাৰি ছাত্ৰ সংগঠনটোৱে চিৰাং জিলা সদৰ কাজলগাঁও পৌৰসভাৰ প্ৰেক্ষাগৃহত বুদ্ধিজীৱী সন্মিলন অনুষ্ঠিত কৰে,অনুষ্ঠানত কোকৰাঝাৰৰ পৰা উদালগুৰী লৈ সংখ্যালঘু জনগোষ্ঠীৰ বুদ্ধিজীৱী সকলক উপস্থিত থাকি বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়,আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত সংগঠনটোৱে ৰাষ্ট্ৰীয় শক্তিক পৰাভূত কৰাৰ লক্ষ্য আগত ৰাখি অতি কম সময়ৰ ভিতৰতে আঞ্চলিক দলক সমৰ্থন জনাব।