Install App
mokib786
This browser does not support the video element.
মানকাচৰ: হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত আজিৰ পৰা আৰম্ভ হ’ল আকাংক্ষা হাট, শুভ উদ্বোধন কৰে মানকাচৰৰ বিধায়ক
Mankachar, South Salmara-Mankachar | Aug 26, 2025
মঙ্গলবাৰে দিনৰ ১ বজাত অনুষ্ঠানিক ভাবে হাটশিঙিমাৰী মহাবিদ্যালয়ৰ খেলপথাৰত শুভ উদ্বোধন কৰে আকাংক্ষা হাট।বিভিন্ন বিভাগৰ প্ৰয়োজনীয় সামগ্ৰী প্ৰদৰ্শন কৰিব উক্ত হাটত। ৩৩০ গৰাকী চৰকাৰী কৰ্মচাৰী-আত্ম সহায়ক গোটৰ সদস্যক মানপত্ৰ বিতৰণ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!