Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰত মুছলমান ব্যক্তিয়ে দান কৰিলে মা দুৰ্গাৰ প্ৰতিমা

Dhubri Part, Dhubri | Oct 1, 2025
সম্প্ৰতিৰ উৎকৃষ্ট নিদৰ্শন ডাঙি ধৰিলে এগৰাকী মুছলমান যুৱকে।গৌৰীপুৰ মাটিয়াবগ বামনপাৰা সৰ্বজনীন পুঁজা মণ্ডবৰ মা দুৰ্গাৰ প্ৰতিমা প্ৰদান কৰিলে যুৱক মোস্তাফিজুৰ ৰহমানে। পূৰ্বৰে পৰা প্ৰতিমা দান কৰি আছে এই যুৱক জন।প্ৰতি বছৰে হিন্দু আৰু মুছলমানে মিলী এই পূজা খন কৰে বুলি জনাই দিয়ে।
Read More News
T & CPrivacy PolicyContact Us