Download Now Banner

This browser does not support the video element.

বৰপেটা: কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ সন্মুখত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ মাতৃৰ প্ৰতি কৰা মন্তব্যৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ

Barpeta, Barpeta | Sep 1, 2025
কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ভাৰতৰ প্ৰধান মন্ত্ৰীৰ প্ৰয়াত মাতৃৰ প্ৰতি কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে বৰপেটাত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী। বৰপেটা জিলা বিজেপিৰ উদ্যোগতো হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ উত্তাল প্ৰতিবাদ বৰপেটা জিলা বিজেপি কৰ্মীৰ।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক লৈ কৰা মন্তব্যৰ বিৰোধীতাৰে বৰপেটা জিলা বিজেপি দলৰ কাৰ্যালয়ৰ পৰা বৰপেটা চহৰৰ মাজেৰে গৈ কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ কৰে ।
Read More News
T & CPrivacy PolicyContact Us