Download Now Banner

This browser does not support the video element.

মাটিয়া: দুধনৈ বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনত সুতাৰপাৰা ফুলনৈপাৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰাত তিনি শতাধিক পৰিয়ালৰ মাজত হাহাকাৰ

Matia, Goalpara | Aug 25, 2025
দুধনৈ বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনত সুতাৰপাৰা ফুলনৈপাৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰাত তিনি শতাধিক পৰিয়াল বিদ্যূতৰ পৰা বঞ্চিত হৈছে । বিদ্যুৎৰ তাৰ সমূহ বিপদজনক ভাৱে পৰি আছে পথ আৰু পথাৰত। ইপিনে বিদ্যুৎ সেৱা ব্যহত হোৱাত ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ্থী, ব্যৱসায়ীৰ লগতে সাধাৰন ৰাইজ । বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাত কেণ্ডেল জ্বলাই পঢ়া শুনা কৰিব লগা হৈছে ছাত্ৰ ছাত্ৰী। সুতাৰপাৰা গাছবাৰী পৰা ফুল নৈ পাৰ পথাৰৰ মাজেদি পাৰহৈ গৈছে বিদ্যুৎৰ মুল তাৰ।
Read More News
T & CPrivacy PolicyContact Us