This browser does not support the video element.
কোকৰাঝাৰ ভাগ: গেন্দ্ৰাবিলত বাউখুঙৰী সমষ্টিত ইএম ৰঞ্জিত বসুমতাৰীক প্ৰাৰ্থী দিয়াৰ বাবে ইউপিপিএলৰ আদৰণি পদযাত্ৰা,উপস্থিত ৰঞ্জিত বসুমতাৰী
Kokrajhar Part, Kokrajhar | Aug 24, 2025
ৰবীবাৰ দিনা বিয়লি ৩.৩০ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ বাউখঙৰী পৰিষদিয় সমিষ্টি অন্তৰ্গত গেন্দ্ৰাবিলত ইউপিপিএল ব্লক সমিতিৰ উদ্যোগত বাউখুঙৰী সমিষ্টিত বিটিচিৰ ইএম ৰঞ্জিত বসুমতাৰীক প্ৰাৰ্থী হিচাপে নাম ঘোষণা হোৱাত বিশাল আদৰণি পদযাত্ৰা অনুষ্ঠিত কৰা হয়, উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰঞ্জিত বসুমতাৰীক দলীয় নেতা কৰ্মী সকলে উষ্ম আদৰণি জনায়, উক্ত অনুষ্ঠানত ইউপিপিএল মহিলা কোষৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্মৰ লগতে ইউপিপিএল জিলা,ব্লক, প্ৰাইমাৰী সমিতিৰ নেতা কৰ্মী আৰু সমৰ্থক উপস্থিত আছিল