Download Now Banner

This browser does not support the video element.

ওদালগুৰি: জাবাংগাপথাৰত ইউপিপিএল দলৰ নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে বিটিআৰৰ প্ৰাক্তন ইএম দাউবাইচা বড়োয়ে

Udalguri, Udalguri | Sep 3, 2025
সমাগত ২২ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন।সেয়ে ৰাজনৈতিক দল সমুহে বিভিন্ন সভা সমিতি, যোগদান, উন্মোচন, উদ্ধোধন আদি কাৰ্য্যসূচী কৰি ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে। সেইদৰে জিলা ভেৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জাবাংগাপথাৰত ইউপিপিএলৰ দলে এটি নিৰ্বাচনী কাৰ্যলয় আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে। ইপিনে কাৰ্যলয়টো শুভ উদ্বোধন কৰি সতীৰ্থ সকলৰ সতে বাৰ্তালাপ কৰে বিটিআৰৰ প্ৰাক্তন ইএম দাউবাউচা বড়োয়ে।
Read More News
T & CPrivacy PolicyContact Us