Download Now Banner

This browser does not support the video element.

গুৱাহাটী: মহাষ্টমীৰ দিনটোত মহানগৰীৰ বিভিন্ন স্থানৰ পূজাৰ মণ্ডপে মণ্ডপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Guwahati, Kamrup Metropolitan | Sep 30, 2025
মহাষ্টমীৰ দিনটোত মহানগৰীৰ বিভিন্ন স্থানৰ পূজাৰ মণ্ডপে মণ্ডপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ কেইবাখনো দুৰ্গাপূজাৰ মণ্ডপ ভ্ৰমণ মুখ্যমন্ত্ৰীগৰাকীৰ।ধীৰেনপাৰা, লখৰা, আজাৰা, পাণ্ডু আদি ঠাইৰ বহু পূজা মণ্ডপত দেৱী দুৰ্গাৰ আশিস লৈছে মুখ্যমন্ত্ৰীয়ে।
Read More News
T & CPrivacy PolicyContact Us