Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: 'এইছআইভিত আক্ৰান্ত হৈছে যথেষ্ট সংখ্যক শিক্ষাৰ্থী', জেএমচিএইছত এআৰটি কেন্দ্ৰ অৰ্থাৎ এই ৰোগৰ লগত জড়িত মেডিকেল অফিচাৰৰ মত

Jorhat West, Jorhat | Aug 23, 2025
HIV ত যথেষ্ট সংখ্যক শিক্ষাৰ্থী আক্ৰান্ত হৈছে । JMCH ত মন্তব্য ART কেন্দ্ৰ অৰ্থাৎ এই ৰোগৰ লগত জড়িত মেডিকেল অফিচাৰৰ । যোৰহাট আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত শিক্ষাৰ্থী আক্ৰান্ত হৈছে HIV ত। শুকুৰবাৰে মহাবিদ্যালয়ৰ এজন ছাত্ৰ HIV ত আক্ৰান্ত হোৱাৰ তথ্য সম্প্ৰচাৰ হোৱাৰ পাছতেই বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । HIV ত ছাত্ৰ সকল আক্ৰান্তৰ মূলত ড্ৰাগছ বুলি চিহ্নিত।
Read More News
T & CPrivacy PolicyContact Us