Download Now Banner

This browser does not support the video element.

বৰক্ষেত্ৰী: বৰক্ষেএী ৰাজীৱ ভৱনত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ তৰফৰ পৰা প্ৰয়াত প্ৰিয় শিল্পী জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Barkhetri, Nalbari | Sep 21, 2025
বৰক্ষেএী ৰাজীৱ ভৱনত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ তৰফৰ পৰা প্ৰয়াত প্ৰিয় শিল্পী জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন, অসমীয়াৰ স্বাভিমান প্ৰয়াত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুক সহজভাবে লব পৰা নাই ৰাজ্যবাসীয়ে । জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্য। বিশেষকৈ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰাজীৱ ভৱনত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ তৰফৰ পৰা প্ৰয়াত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণ কৰি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
Read More News
T & CPrivacy PolicyContact Us