This browser does not support the video element.
নগাঁও: ক্লক টাৱাৰৰ সমীপত অসম জাতীয় পৰিষদ নগাঁও জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
Nagaon, Nagaon | Sep 6, 2025
নগাঁৱত ক্লক টাৱাৰৰ সমীপত অসম জাতীয় পৰিষদ নগাঁও জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কা বাতিলৰ দাবীত উক্ত প্ৰতিবাদী কাৰ্যসূচী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মূখ্যমন্ত্ৰীক তুলাধুনা অসম জাতীয় পৰিষদৰ অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আৰু কা বাতিল নহলে অনাগত সময়ত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ ৰাজনৈতিক দ'লটোৰ