Download Now Banner

This browser does not support the video element.

মানকাচৰ: ধুবুৰীৰ পৰা ফকিৰগঞ্জ অভিমুখী এখন নাওৰ যাত্ৰীয়ে এগৰাকী মহিলাক ব্ৰহ্মপুত্ৰ নদীত উটি থকা অৱস্থাত প্রত্যক্ষ কৰি উদ্ধাৰ কৰে

Mankachar, South Salmara-Mankachar | Jun 27, 2025
শুক্ৰবাৰে দিনৰ আনুমানিক ৩ বজাত ধুবুৰীৰ পৰা ফকিৰগঞ্জ অভিমুখী এখন ইঞ্জিনচালিত নাওৰ যাত্ৰীয়ে এগৰাকী মহিলাক ব্ৰহ্মপুত্ৰ নদীত উটি গৈ থকা প্রত্যক্ষ কৰি উদ্ধাৰ কৰে। মহিলা গৰাকী বৰ্তমান ফকিৰগঞ্জ আৰক্ষী থানত আছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ধুবুৰীৰ পৰা জলেশ্বৰ অভিমুখি জাহাজৰ পৰা এগৰাকী মহিলা যাত্রী ব্রহ্মপুত্র নদীত পৰি উটি গৈ থকা অৱস্থাত ফকিৰগঞ্জ লৈ আহি থকা অৱস্থাত এখন ইঞ্জিনচালিত যাত্রীবাহী নাওৰ যাত্ৰী সকলে প্রত্যক্ষ কৰে আৰু মহিলাগৰাকীক উদ্ধাৰ কৰে লৈ আহে।
Read More News
T & CPrivacy PolicyContact Us