Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ, পাঁচ শতাধিক মহিলাই ঘেৰাও কৰে ডিব্ৰুগড় বৈদ্যুতিক উপ সংমণ্ডল অভিযন্তাৰ কাৰ্যালয়
Dibrugarh East, Dibrugarh | Aug 26, 2025
শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনৰ গৃহ জিলাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গ্ৰাহকৰ ক্ষোভে তীব্ৰ প্ৰতিবাদৰ ৰূপ লৈছে। আজি সমঙ্গলবাৰে দিনৰ ১ বজাত ডিব্ৰুগড়ৰ APDCL ৰ বৈদ্যুতিক উপ সংমণ্ডল অভিযন্তাৰ কাৰ্যালয় ঘেৰাও কৰি কেইবা ৫ শতাধিক মহিলাই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মুকলি প্ৰতিবাদ সাব্যস্ত কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!