Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: চহৰত সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসম ৰ সাধাৰণ সভা

Dhubri Part, Dhubri | Aug 31, 2025
সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমে আজি এখন ২১ জনীয়া কেন্দ্ৰীয় কমিটি ধুবুৰীৰ ব্ৰহ্মপুত্ৰ লজৰ চৌহদত গঠন কৰে।কেন্দ্ৰীয় কমিটিখনত সভাপতি হিচাবে এ এইচ এম ফজলুল হক আৰু সাধাৰণ সম্পাদক হিচাবে মহম্মদ ৰেজাউল ইছলামক উপস্থিত ৰাইজে গুৰুদায়িত্ব অৰ্পণ কৰে।
Read More News
T & CPrivacy PolicyContact Us