Download Now Banner

This browser does not support the video element.

নগাঁও: ৰূপহী হাটত জীৱিত বিধায়ক-সাংসদৰ নামত 'অমৰ হওক' ধ্বনি দিয়াকলৈ ৰূপহীহাটত প্ৰতিক্ৰিয়া সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

Nagaon, Nagaon | Sep 7, 2025
ৰূপহী হাটত জীৱিত বিধায়ক-সাংসদৰ নামত 'অমৰ হওক' ধ্বনি! একাংশ কংগ্ৰেছ কৰ্মীৰ বাবেই পুনৰ শ'লঠেকত পৰিছে বিধায়ক নুৰুল হুদা ৰূপহীহাটত জুৰীয়াৰ সুতিৰপাৰৰ অতি উৎসাহী কংগ্ৰেছ কৰ্মীয়ে নিজৰেই বিধায়ক নুৰুল হুদা আৰু সাংসদ গৌৰৱ গগৈৰ সমৰ্থনৰ নামত দিলে "অমৰ হওক" ধ্বনি ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা ইতিমধ্যে সমষ্টিটোৰ একাংশ কংগ্ৰেছ কৰ্মীৰ বাবেই বাৰেই প্ৰতি শ'ল ঠেকত পৰিছে । কিন্তু শেহতীয়াকৈ নিজৰ নেতাৰ প্ৰতি সমৰ্থন দেখুৱাবলৈ গৈ একাংশ কৰ্মীয়ে এনে এক কাণ্ড কৰিলে,
Read More News
T & CPrivacy PolicyContact Us