This browser does not support the video element.
বিজনী ভাগ: বিজনীৰ জিলা বিপিএফ কাৰ্যালত বিপিএফৰ যোগদান কাৰ্যসূচী ২০ জন যুৱকৰ আনুষ্ঠানিক যোগদান
Bijni Part, Chirang | Sep 13, 2025
চিৰাং জিলাৰ বিজনীস্থিত বিজনী জিলা কাৰ্যালয়ত এক যোগদান সভা অনুষ্ঠিত হয় ,উক্ত সভাত বিজনীৰ পশ্চিম বাগমাৰা আৰু মাজৰাবাৰী অঞ্চলৰ বিজেপি আৰু ইউপিপিএল দলৰ ২০ জন যুৱকে আনুষ্ঠানিক ভাবে বিপিএফত যোগদান কৰে ,আগন্তুক দিনত এই অঞ্চলৰ ২০০ ৰ অধিক যুবকে বিপিএফত যোগদান কৰিব বুলি জানিব দিয়ে, বিপিএফৰ নীতি আদৰ্শক ভাল পাই এই যুৱক সকলে আজি আনুষ্ঠানিক ভাবে বিপিএফত যোগদান কৰে বুলি জানিব দিয়ে ।