Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: চহৰত ৰাজ্যিক বিদ্যুৎ কৰ্মচাৰী সংঘৰ দ্বি -বাৰ্ষিক ৰাজ্যিক অধিৱেশন সন্দৰ্ভত ধুবুৰী মণ্ডলৰ মাণ্ডলিক সভা

Dhubri Part, Dhubri | Oct 12, 2025
ঝগৰাৰপাৰ স্থিত বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষত বিদ্যুৎ কৰ্মচাৰী সংঘৰ দ্বি -বাৰ্ষিক ৰাজ্যিক অধিৱেশন সন্দৰ্ভত ধুবুৰী মণ্ডলৰ এখন মাণ্ডলিক সভা অনুষ্ঠিত হয়। সভাখনত কৰ্মচাৰী সকলে দীৰ্ঘদিন ধৰি দাবী জনায় অহা কেইবাটাও সমস্যা সমাধানৰ ক্ষেত্ৰত এক সংবাদমেলৰ আয়োজন কৰে ৷ উক্ত সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক অমিত কৰে সংবাদমেল সম্বোধন
Read More News
T & CPrivacy PolicyContact Us