Download Now Banner

This browser does not support the video element.

ওদালগুৰি: খৈৰাবাৰীত জনজাতিৰ প্ৰমাণ পত্ৰ মুকলাই দিয়াৰ দাবীত শৰণীয়া কছাৰী সংগঠনৰ অনশন কাৰ্যসূচী ৰূপায়ন

Udalguri, Udalguri | Aug 28, 2025
জিলা খনৰ খৈৰাবাৰীত শৰণীয়া কছাৰী ছাত্ৰ সন্থা, শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰীমঞ্চ, শৰণীয়া কছাৰী সন্মিলন আৰু শৰণীয়া কছাৰী সাহিত্য সভাৰ যৌথ উদ্যোগত তিনি ঘণ্টীয়া অনশন কাৰ্যসূচী অনুষ্ঠিত হয়।বছৰ বছৰ ধৰি জনগোষ্ঠীটোয়ে জাতিগত প্ৰমাণ পত্ৰৰ সমস্যাত ভুগি অহাৰ বাবে জনগোষ্ঠীৰটোৰ বিভিন্ন দল সংগঠনে এইদৰে অনশন কাৰ্যসূচী ৰূপায়ন কৰে।
Read More News
T & CPrivacy PolicyContact Us