Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: ঢালিগাঁৱত কৃষক সজাগতা সভা অনুষ্ঠিত, উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী

India | Aug 20, 2025
চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত অনুষ্ঠিত কৃষক সজাগতা সভাত উপ‌স্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী ,জিলাখনৰ ঢালিগাঁও স্থিত বঙাইগাঁও শোধনাগাৰ বিনোদন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত এই কৃষক সজাগতা অনুষ্ঠানত অধ্যক্ষ দৈমাৰীয়ে মুখ্য অতিথি হিচাবে উপস্থিত থাকি কয় কৃষক সকলেই আমাৰ দেশৰ মূল ,কৃষকৰ উন্নয়ণ নহলে দেশৰ উন্নয়ণ নহব বুলি কয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।
Read More News
T & CPrivacy PolicyContact Us