Install App
majulinews
This browser does not support the video element.
মাজুলী: এয়া সংগঠনৰ ভিতৰুৱা বিষয়, সাংসদ গৌৰৱ গগৈক আহোমৰ দহ সংগঠনে বৰ্জন কৰা প্ৰসংগত জেংৰাইমুখত সাংসদ তপন কুমাৰ গগৈৰ মন্তব্য
Majuli, Majuli | Apr 11, 2024
আহোম জনগোষ্ঠী জনজাতিকৰণৰ ওপৰত লোকসভাৰ আহোম প্ৰাৰ্থী সকলক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনোৱা প্ৰসংগত মাজুলীত মুখ খুলিছে আহোম সকলৰ অন্যতম প্ৰাৰ্থী তপন গগৈয়ে।তেখেতসকলৰ লগত আলোচনাৰ জৰিয়তে সমাধানৰ কথা উল্লেখ কৰে। গৌৰৱ গগৈ আহোম ১০ সংগঠনে বৰ্জনৰ প্ৰসংগত তেখেতসকলৰ ভিতৰুৱা সিদ্ধান্ত বুলি উল্লেখ কৰে তপন কুমাৰ গগৈয়ে জেংৰাইমুখত।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!