Download Now Banner

This browser does not support the video element.

গোলাঘাট: অসমৰ ভূমি মেৰাপানী ভেলৌগুৰি জয়পুৰত ৮৩ টা পৰিয়ালত নাগালেণ্ড প্ৰশাসনৰ জৰীপ,চেপা উত্তেজনা অঞ্চলজুৰি

Golaghat, Golaghat | Aug 22, 2025
অসমৰ ভূমি মেৰাপানী ভেলৌগুৰি জয়পুৰত ৮৩ টা পৰিয়ালত নাগালেণ্ড প্ৰশাসনৰ জৰীপ।চেপা উত্তেজনা অঞ্চলজুৰি l শুক্ৰবাৰে বিয়লি প্ৰায় ৩ বজাত অসমৰ ভুমিত নাগালেণ্ড প্ৰশাসনে জৰীপ চলোৱাক লৈ অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়া। ভেলৌগুৰি জয়পুৰৰ প্ৰায় ৮৩ ঘৰ লোকৰ ঘৰত জৰীপ চলালে নাগালেণ্ড প্ৰশাসনে। জৰীপ চলাই থকা অৱস্থাতে নাগালেণ্ড প্ৰশাসনৰ লোক কেইজনৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয়।ইয়াৰ পাছতে সেই স্থান ত্যাগ কৰে নগা লোক কেইজনে।ঘটনাৰ সন্দৰ্ভত মেৰাপানী থানাত লিখিত অভিযোগ দাখিল কৰিছে স্থানীয় লোক সকলে।
Read More News
T & CPrivacy PolicyContact Us