This browser does not support the video element.
ধুবুৰী ভাগ: 'হনুমান মন্দিৰ কাণ্ড সন্দৰ্ভত ৫০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে', চহৰত এছপি লীনা দলেৰ মন্তব্য
Dhubri Part, Dhubri | Jun 15, 2025
ধুবুৰীৰ নৱ নিযুক্ত জেষ্ঠ্য আৰক্ষী অধিক্ষক লীনা দলে দায়িত্ব লৈয়ে অধিক সক্ৰিয়তাৰে নিজৰ কৰ্তব্য পালন কৰা দেখা গৈছে। আৰক্ষী অধিক্ষকৰ তথ্য অনুসৰি ধুবুৰী তিনি নং ৱাৰ্ড স্থিত হনুমান মন্দিৰ কাণ্ড সন্দৰ্ভত ৫০ জন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিয়ে। আন পিনে উৰা বাতৰিত কাণ নিদিবলৈ আহ্বান জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেৰ। মোৰ প্ৰথম কাম হৈছে ধুবুৰীৰ জন সাধাৰণক সুৰক্ষা