Download Now Banner

This browser does not support the video element.

হোজাই: যমুনাচিটত খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ বৃহৎ হাতীৰ জাকৰ

Hojai, Hojai | Sep 9, 2025
ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত।মঙ্গলবাৰে দিনৰ ১মান বজাত খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ বৃহৎ হাতীৰ জাকৰ।হোজাই যমুনাচিট অঞ্চলত হোজাই আৰু পশ্চিম কাৰ্বিআংলংৰ মাজেৰে পাৰ হোৱা কঁপিলী নদীত বৃহৎ হাতীৰ জাকৰ জল কেলী কৰা নান্দনিক পৰিবেশ কেমেৰাত বন্দী হৈ ৰল দৃশ্য।নিশা হলেই আতংক হৈ পৰা হাতীৰ জাকটো দিনৰ ভাগত জল কেলী পৰিবেশ চাবলৈ বহু লোকৰ সমাগম।
Read More News
T & CPrivacy PolicyContact Us