Install App
abdussubhan71
This browser does not support the video element.
বালিজানা: জিলা অগপৰ মুখ্য কাৰ্যালয়ত বিটিআৰ নিৰ্বাচন আৰু আগন্তক ২৬ ৰ নিৰ্বাচনকলৈ অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতিৰ মন্তব্য
Balijana, Goalpara | Sep 12, 2025
জিলা অগপৰ মুখ্য কাৰ্যালয়ত বিটিআৰ নিৰ্বাচন আৰু আগন্তক ২৬ ৰ নিৰ্বাচনকলৈ অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি হৃষিকেশ শৰ্মাৰ মন্তব্য। গোৱালপাৰাৰ অগপ কাৰ্যলয়ত যৱ পৰিষদৰ সদস্য সকলৰ সৈতে এক দলীয় সভাত মিলিত হয়। সভাৰ অন্তত কাৰ্যকৰী সভাপতি শৰ্মাই কয় যে গোৱালপাৰা জিলাৰ যুৱক সকল অতি সক্ৰীয় হৈ আছে বাৱে আগন্তক সময়ত সুফল পোৱাৰ আশা আছে। লগতে গোৱালপাৰা মহাবিদ্যালয়ত হৈ যোৱা ঘটণা সন্দৰ্ভতো কয় যে, এইটো অতি দূখজনক ঘটণা।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!