Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: 'গৰ্জন মুছাহাৰীয়ে পদত্যাগ কৰিলেও আকৌ চিন্তা কৰিব', সদৰত কংগ্ৰেছৰ ৰাজ্যিক মহিলা সমিতিৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ মন্তব্য

Kokrajhar Part, Kokrajhar | Sep 2, 2025
মংগলবাৰ দিনা বিয়লি ৩ বজাত কোকৰাঝাৰ চহৰত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ মহিলা সমিতিৰ ৰাজ্যিক সভানেত্ৰী মিৰা বৰঠাকুৰে অসম প্ৰদেশ সমিতিৰ সম্পাদক গৰ্জেন মুছাহাৰীৰ পদত্যাগ কৰাৰ উপৰত মন্তব্য প্ৰকাশ কৰি কয় যে গৰ্জেন মুছাহাৰীয়ে পদত্যাগ কৰিব নালাগিছিল তেওঁ পদত্যাগক লৈ পুনৰ বিবেচনা কৰা উচিত বুলি সাংবাদিকক জানিবলৈ দিয়ে
Read More News
T & CPrivacy PolicyContact Us