This browser does not support the video element.
গোলাঘাট: মেৰাপানীত অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰি, উলংঘাকাৰীক ৫০ হাজাৰ জৰিমনাৰ কৰাৰ ঘোষণাৰ পিচতেই মেৰাপানিত ক্ষোভিত বীৰ লাচিত সেনা
Golaghat, Golaghat | Aug 27, 2025
মেৰাপানীত পিক নিক খোৱা,গৰু চৰোৱা আদি নিষিদ্ধ কৰি,উলংঘা কাৰীক ৫০ হাজাৰ জৰিমনাৰ কৰাৰ ঘোষণাৰ পিচতেই মেৰাপানিত ক্ষোভিত বীৰ লাচিত সেনা l মেৰাপানীত ইনাৰ লাইন পাৰ্মিট লাগিব, গৰু-ছাগলী চৰোৱা, মাছ মৰা, চিকাৰ কৰা, পিকনিক খোৱা, খৰি অনা ইত্যাদি নিষিদ্ধ কৰিলে নগাই। অন্যথা ৫০ হাজাৰ টকা জৰিমনা বিহিব নগাই বুলি ঘোষণা কৰাৰ পিচতেই বুধ বাৰে বিয়লি প্ৰায় ৩ বজাত সৰব বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ সভাপতি অভিলাষ বৰা।আজি চি আৰ পি এফৰ বিষয়ক সাক্ষাত।