Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: যোৰহাটত সাংসদ গৌৰৱ গগৈৰ সংবাদ মেল , অসমত এতিয়াও অবৈধ কয়লা খনন চলি থকাৰ অভিযোগ

Jorhat West, Jorhat | May 24, 2025
যোৰহাটত সাংসদ গৌৰৱ গগৈৰ সংবাদ মেল । অসমত এতিয়াও অবৈধ কয়লা খনন চলি থকাৰ অভিযোগ । জানুৱাৰীত উমৰাংচুৰ কয়লা খনিত শ্ৰমিকৰ মৃত্যু হল । অবৈধ কয়লা খনন চলি আছে অসমত ।SIT গঠন হল , কিন্তু ফলাফল একো নোলাল । মুখ্যমন্ত্ৰীয়ে অসমত অবৈধ কয়লা খনন নাই বুলি কৈছে যদিও সেইয়া মিছা। এনেদৰে আজি সংবাদ মেলত উল্লেখ গৌৰৱ গগৈৰ ।
Read More News
T & CPrivacy PolicyContact Us