Download Now Banner

This browser does not support the video element.

ছিপাঝাৰ: বিনন্দ কুমাৰ শইকীয়া বিজেপিৰ পৰা পদত্যাগ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ চিপাঝাৰত প্ৰতিক্ৰিয়া

Sipajhar, Darrang | Sep 3, 2025
প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া বিজেপিৰ পৰা পদত্যাগ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া, তেখেতৰ ভবিষ্যত যত সুন্দৰ হব বুলি ভাবিছে,বিজেপিত থকা সময়ত তেওঁ যদি সন্তুষ্টি নাপালে ,কংগ্ৰেছত তেখেতে সন্তুষ্টি পাব সেই কাৰণে তেখেত কংগ্ৰেছলৈ গমন , ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ বিজেপি ৰ পৰা পাদত্যাগৰ পিছত বিজেপি ৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া।
Read More News
T & CPrivacy PolicyContact Us