Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: তিতাগুৰিত এনডিএফবিৰ নেতা সৰনজিত বসুমতাৰীৰ নেতৃত্বত ২০গৰাকী লোকৰ বিপিএফত যোগদান, উপস্থিত বিটিচি পাৰিষদ ডেৰহৰছাৎ বসুমতাৰী

Kokrajhar Part, Kokrajhar | Aug 21, 2025
বৃহস্পতিবাৰ দিনা সন্ধিয়া৬.৩০বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ১২নং ছালাকাটি পৰিষদিয় সমিষ্টি অন্তৰ্গত তীতাগুৰি ক্লাবত বিপিএফৰ ছালাকাটি ব্লক সমিতিৰ উদ্যোগত এখন যোগদান সভা অনুষ্ঠিত কৰা হয় উক্ত সভাৰ জৰিয়তে প্ৰাক্তন এনডিএফবিৰ নেতা সৰনজিত বসুমতাৰীৰ নেতৃত্বত হৰিগাঁৱ,কুৰ্শাকাটীৰ বিভিন্ন দলৰ ২০ গৰাকী নেতা কৰ্মী আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে,উক্ত অনুষ্ঠানত বিটিচিৰ পাৰিষদ,বিৰোধী দলপতি ডেৰহৰছাৎ বসুমতাৰী উপস্থিত থাকি নতুনকৈ যোগদান কৰা সকলক বিটিচি নিৰ্বাচনত কাম কৰাৰ আহ্বান জনায
Read More News
T & CPrivacy PolicyContact Us