Install App
arindram93
This browser does not support the video element.
চাবুৱা: কেঁচা চাহপাতৰ মূল্য অস্বাভাবিক হ্ৰাসক লৈ চাবুৱাত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উত্তাল প্ৰতিবাদ
Chabua, Dibrugarh | Sep 8, 2025
আজি সোমবাৰে দিনৰ ১ বজাত কেঁচা চাহপাতৰ মূল্য অস্বাভাবিক হ্ৰাসক লৈ চাবুৱাত উজনি অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু উত্তৰ পূৰ্বাঞ্চল ক্ষুদ্ৰ চাহখেতিয়ক মহাসংঘৰ আহ্বানত এক প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি অসমৰ বহু লোকৰ জীয়াই থকাৰ অন্যতম সম্বল হৈছে ক্ষুদ্ৰ চাহ খেতি।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!