Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, মলাতীখামাৰ অঞ্চলত মফিজুৰ ৰহমানক আটক

Dhubri Part, Dhubri | Sep 1, 2025
অভিযান চলাই হাতে লোটে আটক বুজন পৰিমানৰ ড্ৰাগছ মফিজুৰ ৰহমান ( বাওঁক) আৰক্ষীয়েই বুজন পৰিমাণৰ ব্ৰাউন সুগাৰৰ কোইণ্টাইনাৰ লগতে এটা মোবাইল ফোন , আৰু এখন বাইক জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰী জনক বৰ্তমানে গৌৰীপুৰ আৰক্ষীয়ে আটক কৰি থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
Read More News
T & CPrivacy PolicyContact Us