Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: চাপৰৰ চিৰাকুটাত খিলঞ্জীয়া মানুহৰ পট্টাভুক্ত ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে প্ৰতিবাদ
Dhubri Part, Dhubri | Aug 10, 2025
চাপৰৰ চিৰাকুটাত খিলঞ্জীয়া মানুহৰ পট্টাভুক্ত ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে অনিৰ্দিষ্ট কালীন প্ৰতিবাদৰ আজি পঞ্চম দিন। তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে পুনৰ চিৰাকুটা ১ম খণ্ড আৰু জমদুৱাৰ দ্বিতীয় খণ্ডৰ দুই হেজাৰ বিঘা মাটি অধিগ্ৰহণৰ বাবে জাননী প্ৰেৰণ কৰিছে ধুবুৰী জিলা প্ৰশাসনে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!