Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: চহৰত মহিলা উদ্যমিতা আঁচনি'ৰ চেক বিতৰণ অনুষ্ঠানত অসুস্থ ৬ গৰাকী কৈ মহিলা

Dhubri Part, Dhubri | Aug 25, 2025
আজি ধুবুৰী ৰজাপ্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত মহিলা উদ্যমিতা আঁচনি'ৰ চেক বিতৰণ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাসে আনুষ্ঠানিকভাবে বিতৰণ কৰে ৷ চেক বিতৰণী অনুষ্ঠানৰ দীঘলীয়া শাৰীপাতি চেক গ্ৰহণ কৰাৰ সময়চোৱাতে হঠাৎ ৬ গৰাকী মহিলা ঢ়লি পৰে ৷
Read More News
T & CPrivacy PolicyContact Us