Download Now Banner

This browser does not support the video element.

বৰপেটা: বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ উপস্থিতিত কয়াকুছি গ্ৰন্থ আৰু বানিজ্য মেলাৰ দশম বৰ্ষৰ পৰিচালনা সমিতি গঠন

Barpeta, Barpeta | Sep 7, 2025
কয়াকুছি গ্ৰন্থ আৰু বানিজ্য মেলাৰ দশম বৰ্ষৰ পৰিচালনা সমিতি গঠন। বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ মুখ্য পৃষ্ঠপোষকতাত চলিত বৰ্ষৰ ১৬ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব দশম কয়াকুছি গ্ৰন্থ আৰু বানিজ্য মেলা। কয়াকুছিৰ জীৱন জ্যোতি জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা সাধাৰণ সভাত বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে পৰিচালনা সমিতি গঠন কৰা হয়। সভাপতি হিচাপে বি এইচ বি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মোফাচ্ছেল হুছেইনক দায়িত্ব অৰ্পণ কৰা হয় ।
Read More News
T & CPrivacy PolicyContact Us