Download Now Banner

This browser does not support the video element.

মৰিগাঁও: জিলা আয়ুক্তৰ সভাকক্ষত অনামিকা তেৱাৰীৰ সভাপতিত্বত অৰুণোদয় আঁচনি সম্পৰ্কে এখনি গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত

Marigaon, Morigaon | Sep 1, 2025
মৰিগাঁও জিলাৰ জিলা আয়ুক্ত সভাকক্ষত আয়ুক্ত অনামিকা তেৱাৰীৰ সভাপতিত্বত অৰুণোদয় আঁচনি সম্পৰ্কে এখনি গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়।বৈঠকত অৰুণোদয় আঁচনিৰ সকলো কাম সময়মতে সম্পন্ন কৰাৰ বিষয়ে আলোচনা কৰা হয়। বিশেষকৈ উপভোক্তাসকলক নিয়মিতভাৱে ধন প্ৰদান, নতুন উপভোক্তাৰ অন্তর্ভুক্তি লগতে উপভোক্তাসকলৰ সমস্যা সমাধান কেনেকৈ কৰা যায় সেই বিষয় সমূহ আলোচনা কৰা হয় ।
Read More News
T & CPrivacy PolicyContact Us