Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: মাকুম শংকৰদেৱ শিশু নিকেতনৰ সমীপত সন্দেহজনক ছাগলী ভৰ্তি বাহন ৰাইজৰ সহযোগত জব্দ বীৰ লাচিত সেনা অসমৰ

Tinsukia, Tinsukia | Sep 6, 2025
শনিবাৰে দুপৰীয়া প্রায় ১২ বজাত মাকুম শংকৰদেৱ শিশু নিকেতনৰ সমীপত সন্দেহজনক ভাৱে কঢ়িয়াই অনা এখন As 23 D C54 57 নম্বৰৰ ছাগলী ভৰ্তি বাহন ৰাইজৰ সহযোগত জব্দ কৰে বীৰ লাচিত সেনা অসমে । পৰৱৰ্তী সময়ত স্থানীয় মাকুম থানাৰ আৰক্ষীক খৱৰ দিয়াত আৰক্ষী উপস্থিত হৈ বাহন খন থানালৈ বুলি লৈ যোৱা হয় ।
Read More News
T & CPrivacy PolicyContact Us