Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: চহৰৰ ৫০ নং উত্তৰ বঙাইগাঁও প্ৰাথমিক বিদ্যালয়ত চুৰিকাণ্ড, চোৰে কাটি লৈ গ'ল বৈদ্যুতিক তাঁৰ, উপস্থিত আৰক্ষীৰ দল

Bongaigaon Part, Bongaigaon | Sep 5, 2025
বঙাইগাঁও চহৰৰ ৫০ নং উত্তৰ বঙাইগাঁও প্ৰাথমিক বিদ্যালয়ত চুৰিকাণ্ড । চুৰে কাটি লৈ গল বিদ্যুতিক তাৰ । শুক্ৰবাৰে শিক্ষক দিৱসৰ পুৱা যেতিয়া বিদ্যালয়ত উপস্থিত হৈ শিক্ষক সকল তেতিয়া বিদ্যালয়ত চুৰি হোৱা ঘটনা পোহৰ লৈ আহে । ঘটনাৰ খবৰ আৰক্ষীক দিয়াৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।
Read More News
T & CPrivacy PolicyContact Us