Download Now Banner

This browser does not support the video element.

ডুমডুমা: ডুমডুমা ফিল'বাৰী পথৰ বাদলাবেটাত নিশা পথ দুৰ্ঘটনা, দহজনৰো অধিক লোক আহত

Doom Dooma, Tinsukia | Aug 25, 2025
দেওবাৰে নিশা প্রায় ৮.৩০ মান বজাত ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ডুমডুমা - ফিল'বাৰী পথৰ বাদলাবেটা ১০ নম্বৰত সংঘটিত এক পথ দুৰ্ঘটনাত দহজনৰো অধিক লোক আহত হয়। ফিল'বাৰীৰ পৰা ডুমডুমালৈ তীব্ৰ বেগেৰে আহি থকা AS23CC - 1957 নম্বৰৰ যাত্ৰীবাহী মেজিকখনে ডুমডুমাৰ দিশৰ পৰা গৈ থকা AS06BC - 7490 নম্বৰৰ ডালাবডী মেজিকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাত এই দুৰ্ঘটনাতো সংঘটিত হয়। আহত লোকসকলক ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে ডুমডুমা এফ আৰ ইউ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Read More News
T & CPrivacy PolicyContact Us