This browser does not support the video element.
মাটিয়া: মাটিয়াত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়, ৰিতু হালৈয়ে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে খবিৰুল ইছলামক
Matia, Goalpara | Sep 25, 2025
মাটিয়াত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়, ৰিতু হালৈয়ে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে খবিৰুল ইছলামক।গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত মাটিয়া বজাৰত আজি নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ৰিতু হালৈ নামৰ যুৱক এজনে চোকা অস্ত্ৰৰে হানি খুচি নৃশংস ভাৱে হত্যা কৰে খবিৰুল ইছলাম নামৰ এজন লোকক ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলব্যাপী ৰাইজে উত্তেজিত হৈ পৰে।