Download Now Banner

This browser does not support the video element.

বালিজানা: ভালুক ডুবিৰ নতুন আৱৰ্তভৱনত ৰাজ্যপালৰ নিৰ্দেশত হোৱা শুনানী সন্দৰ্ভত বিধায়ক একে ৰছিদ আলমৰ বিস্ফোৰক মন্তব্য কৰে

Balijana, Goalpara | Aug 30, 2025
ভালুক ডুবিৰ নতুন আৱৰ্তভৱনত উপস্থিত হৈ ৰাজ্যপালৰ নিৰ্দেশত হোৱা শুনানী সন্দৰ্ভত বিধায়ক একে ৰছিদ আলমৰ বিস্ফোৰক মন্তব্য। গোৱালপাৰা জিলাৰ বনাঞ্চল সংবাদ মাধ্যম আৰু একাংশ বিজেপি অগপ দলৰ নেতা কৰ্মীৰ সৃষ্টি। চৰকাৰী নথি-পত্ৰত কোনো বনাঞ্চল নাই। তেওঁ উদাহৰণ দি কয় যে পাইকান টো আশুডুবি ৰাজহ গাওঁ।হাচিলা বিল ৰাজহ গাওঁ। ইয়াত পট্টাৰ লগতে খাছ মাটি আছে।হাচিলাবিল ৪৪ নং বলদমাৰৰী পঞ্চায়তৰ অন্তৰ্গত আছিল।খাছ আৰু পট্টা মাটিৰ বাবেই চৰকাৰে স্কুল, জলজীৱন মিছনৰ আচনি দিয়া হৈছে।
Read More News
T & CPrivacy PolicyContact Us